গৌৰীপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰনজিৎ দাসক নিলম্বন

30
গৌৰীপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰনজিৎ দাসক নিলম্বন
 
দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেক্স , ধুবুৰী , ২১ জুলাইঃ গৌৰীপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰনজিৎ দাসক নিলম্বন কৰা হৈছে বুলি বাতৰি পোৱা গৈছে । প্ৰাপ্ত বাতৰি মতে , ধুবুৰী জিলা উপায়ুক্তৰ এক নিৰ্দেশযোগে লাট মণ্ডল ৰনজিৎ দাসক নিলম্বন কৰা হয় । অভিযোগ মতে , ডমৰডহত থকা ৰাজপৰিয়ালৰ জীয়ৰী অৰ্পিতা বৰুৱা দাস আৰু মেীচুমী বৰুৱা ৰয়ৰ নামত থকা মাটিৰ ভুৱা এন অ চি বনাই বিক্ৰী কৰিছিল বুলি অভিযোগৰ ভিত্তিত গৌৰীপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰনজিৎ দাসক নিলম্বন কৰা হয়।