জাননী

32

জাননী

ইয়াৰ দ্বাৰা দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ সাংবাদিক সকলক জনোৱা যায় যে , সাংবাদিক , সাহিত্যিক , লেখক , কবিতা লেখক আদি ব্যাক্তি সকলে যদি দুৰ্নীতিৰ দৰ্পণ কাকতত লিখিব বিচাৰে , তেনেহলে doornitirdarpanwriter@gmail.com মেইলত পঠাবলৈ অনুৰোধ কৰা হৈছে । আপোনালোকে পঠোৱা লেখা সমূহ http://doornitirdarpan.co.in পঢ়িবলৈ সুবিধা পাব ।
ছায়েদ আলী খান
সম্পাদক
দুৰ্নীতিৰ দৰ্পণ , অসমীয়া দৈনিক বাতৰি কাকত ।