জাননী 

34

জাননী

ইয়াৰ দ্বাৰা দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ সাংবাদিক সকলক জনোৱা যায় যে , কাকতৰ বহুত সাংবাদিক প্ৰকৃত সাংবাদিকৰ নিচিনা কাম নকৰে । আচলতে কব বিচাৰিছোঁ যে , একটিভ নহয় । তেখেত সকলক কাকত গোষ্ঠীৰ পৰা অব্যাহতি দিয়া হব । ১৫ দিন মান সময় দিয়া হল , যাতে একটিভ বুলি প্ৰমাণ কৰিব পাৰে । অৱশ্যে, এই ক্ষেত্ৰত কাকতগোষ্ঠীৰ কাৰ্যবাহী সম্পাদক জমিৰ উদ্দিন তালুকদাৰ , সহকাৰী সম্পাদক মনজিত দাস , মৰিগাঁও জিলাৰ ষ্টাফ ৰিৰ্পটাৰ বাবুমনি শৰ্মা , গুৱাহাটীৰ ষ্টাফ ৰিৰ্পটাৰ পংকজ কুমাৰ নাথ , শিৱসাগৰৰ ফৰিজ আলী , ষ্টাফ ৰিৰ্পটাৰ শ্বৰিফুল ইছলামৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। কিছুমান কাৰণ তলত উল্লেখ কৰা হল ।
(১)  আপোনালোকক কিয় কাকতগোষ্টীৰ পৰা অব্যাহতি দিয়া নহব । কাৰণ সমূহ জাননী যোগে জনাব লাগিব ।
(২) একটিভ নোহোৱাৰ কাৰণ ১৫ দিনৰ ভিতৰত জনাব লাগিব ।
(৩) কোন সাংবাদিক কিমান মিডিয়া গোষ্ঠীত কাম কৰে , তাৰ সকলো তথ্য লিখিতভাৱে জনাব লাগিব ।
(৪) দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ সাংবাদিক সকলে পঠোৱা বাতৰি সমূহৰ দ্বাৰা কিমান জন সুবিধা পাইছে ।
(৫) দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ সাংবাদিক সকলক নিয়োগ কৰাৰ পিছত কাকতগোষ্ঠী লৈ পঠোৱা বাতৰি সমূহৰ দ্বাৰা কাকতগোষ্ঠী কিমান সফল বা উন্নত হৈছে ?
(৬) দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ সাংবাদিক সকলে কাকতগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত কি কি চিন্তা কৰিছে , দুই এটা উদাহৰণ অনুগ্ৰহ কৰি জনাব।
ছায়েদ আলী খান
সম্পাদক
দুৰ্নীতিৰ দৰ্পণ , অসমীয়া দৈনিক বাতৰি কাকত ।