ধুবুৰীত দেশী জনগোষ্টীয় মজদূৰ  সংঘ অসম আৰু দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী

31

ধুবুৰীত দেশী জনগোষ্টীয় মজদূৰ  সংঘ অসম আৰু দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী

দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান , ৬ আগষ্ট :: কেইবাদফীয়া দাবীৰে মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান ধুবুৰী জিলা দেশী জনগোষ্টীয় মঞ্চৰ যুৱ ছাত্ৰ মঞ্চ আৰু মজদুৰ সংঘৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে। উক্ত ধৰ্ণা কাৰ্যসুচী ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ সমদল উলিয়াই বিভিন্ন শ্লগানেৰে আকাশ বতাহ কপাই তোলে। আজিৰ কাৰ্যসুচীত বিভিন্ন দাবী উত্থাপন কৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে।