ধুবুৰী জিলাৰ নেতৃস্থানীয় ব্যক্তিৰ তালিকা প্ৰস্তুতৰ বাবে গঠিত সমিতিৰ প্ৰথমখন বৈঠক

28

ধুবুৰী জিলাৰ নেতৃস্থানীয় ব্যক্তিৰ তালিকা প্ৰস্তুতৰ বাবে গঠিত সমিতিৰ প্ৰথমখন বৈঠক

মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশৰ আধাৰত ধুবুৰী জিলাৰ নেতৃস্থানীয় ব্যক্তিৰ তালিকা প্ৰস্তুতৰ বাবে গঠিত সমিতিৰ প্ৰথমখন বৈঠক আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যলয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ বৈঠকত সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত মহোদয়ে গ্ৰামাঞ্চলৰ নেতৃস্থানীয় ব্যক্তিক বিশেষ গুৰুত্ব প্ৰদানেৰে চলিত মাহৰ ভিতৰত তালিকাখন প্ৰস্তুত কৰি তোলাত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ সদস্যসকলক আহ্বান জনায় ৷