Start অনিয়ম-দুৰ্নীতি

অনিয়ম-দুৰ্নীতি

শিৱসাগৰ  জিলাত স্বাস্থ্য বিভাগত  ভয়াৱহ নিযুক্তি কেলেংকাৰীত  ন ন তথ্য ফাদিল , পুঠি -খলিহনা বাৰে বাৰে জালত পৰে কিন্ত ৰৌ-বৰালিবোৰ বাৰে বাৰে সাৰি যায়ঃঅসম নৱ নিৰ্মাণ সমিতিৰ হেঙেৰাবাৰী স্বাস্থ্য বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ ফালৰ পৰা  ৯১ গৰাকী ভুৱা কৰ্মচাৰীৰৰ ব্যক্তিগত নথি...
তামুলপুৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ভেটি লৈ থাকোতে হাতে লোটে ধৰা পৰিল গোপীনাথ দাস প্ৰতিবেদক তামুলপুৰ, ১১আগষ্ট : তামুলপুৰৰ উপ পঞ্জীয়কৰ কার্যলয়ত আজি দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়টোৰ পৰা গ্ৰেপ্তাৰ কৰে গোপীনাথ দাস নামৰ এজন কৰ্মচাৰীক। বিবাহ পঞ্জীয়নৰ নামত উৎকোচ লৈ থকা...
আনছাৰুল্লাহ বাংলা টীমৰ এ বি টি সদস্যৰ পত্নীক গ্ৰেপ্তাৰ সন্দৰ্ভত ধুবুৰীত সংবাদমেল আৰক্ষী অধীক্ষকৰ দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান, ৮ আগষ্ট : মৈৰাবাৰীৰ পলাতক এ বি টি ৰ সদস্য আবু তাল্লাহৰ পত্নী জহুৰা খাতুনক (২২) কালি গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে। উল্লেখযোগ্য...
ঘোচ লৈ থকা অৱস্থাত হাতেলোটে ধৰা পৰিল মাটিয়া আৰক্ষী থানাৰ উপ পৰিদৰ্শক ছবিন পাল দাস দুৰ্নীতিৰ দৰ্পণ সেৱা , গোৱালপাৰাৰ পৰা জাকিৰ হুছেইনৰ প্ৰতিবেদন , ৭ আগষ্ট : গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাত দুৰ্নীতি আৰু অপৰাধ নিবাৰক শাখাৰ অভিযানত হাতেলোটে...
বুঢ়াত ১৮ টকাৰ ত্ৰিৰংগা ২৫ টকাত বিক্ৰী দুৰ্নীতিৰ দৰ্পণ সেৱা , চৈয়দ মেহবুব দেৱান , পশ্চিম দৰং , ০৭ আগষ্ট : পশ্চিম দৰঙৰ বুঢ়া পঞ্চায়ত এলেকাত ত্ৰিৰংগা বিক্ৰীৰ নামতো চলিচে ক'লা ব্যৱসায় । আত্ম সহায়ক গোটসমূহৰ প্ৰতি সদস্যৰ পৰা ত্ৰিৰংগা...
মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয় চৌহদতে লোকনিৰ্মান বিভাগৰ বিয়াগোম কেলেংকাৰী , ৭ মাহ নহওঁতেই কোটি টকীয়া গৃহত চিৰাল ফাট , তীব্ৰ প্ৰতিক্ৰিয়া , জিলা কোষাগাৰ কাৰ্যালয় গৃহ নিৰ্মানটো বিসংগতি , চপৰা চপৰে এৰাইছে পকী ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৬ আগষ্ট :...
যৌতুক নিদিয়াৰ বাবেই এগৰাকী মহিলাক প্ৰাণে মৰাৰ চেষ্টা , আৰক্ষী আৰু ৰাইজৰ তত্পৰতাত উদ্বাৰ মহিলা গৰাকীক দুৰ্নীতিৰ দৰ্পণ , সৰুক্ষেত্রী : বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত কুৰিহাত যৌতুক নিদিয়াৰ বাবেই এগৰাকী বোৱাৰীক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । বোৱাৰী নিৰ্যাতনৰ...
ৰঙিয়াত ড্ৰাগছসহ পুনৰ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী ষ্টাফ ৰিপ'ৰ্টাৰ , ৰঙিয়া , ৫ আগষ্টঃ ৰাজ্যত যিমানেই তিব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান , সিমানেই নিতৌ আটক হৈয়েই আছে ড্ৰাগছ সৰবৰাহকাৰী । ড্ৰাগছ সৰবৰাহৰ অন্যতম ঘাটি হিচাপে চিহ্নিত হৈছে ৰঙিয়া । ৰঙিয়াৰ...
বৰ্নি গাওঁ পঞ্চায়তত দালালৰ লূণ্ঠণৰাজ , চৰজমিন তদন্তৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৫ আগষ্ট : গ্ৰাম্য আন্ত: গাঁথনি উন্নীতকৰণ আৰু শ্ৰমিকৰ ১০০ দিনৰ মজুৰি নিশ্চিত কৰনৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয়...
নগৰবেৰাত চি এম ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান , উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ঘোচখোৰ লাট মণ্ডল মদন কুমাৰ নাথ দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা , ৩ আগষ্টঃ কামৰূপৰ নগৰবেৰাত ভিজিলেঞ্চ এণ্ড এন্টি কৰাপচন’ৰ বিশেষ অভিযান, জাঁলত পৰিল ঘোচখোৰ লাট...
- Advertisement -