Start স্থানীয় বাতৰি

স্থানীয় বাতৰি

 ভৱানীপুৰৰ ৰৌমাৰীত থিঅ'চোফিকেল অৰ্ডাৰ অব চাৰ্ভিচৰ বিনামূলীয়া পশু চিকিৎসা শিবিৰ সম্পন্ন সঞ্জীৱ দাস, ভৱানীপুৰ, ৭ আগষ্ট : অসম থিঅ'চফিকেল অৰ্ডাৰ অৱ চাৰ্ভিচ, গুৱাহাটী ৰিজিয়নৰ সাহাৰ্য্যত পাঠশালাৰ জ্যোতি থিঅ'চোফিকেল অৰ্ডাৰ অৱ চাৰ্ভিচৰ উদ্যোগত আজি ভৱানীপুৰৰ নিকটবৰ্তী ৰৌমাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত...
মৰিগাঁৱত কম খৰছত উপলব্ধ লেপাস্কপী পদ্ধতিৰ অপাৰেশ্যন সেৱা ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৫ আগষ্ট : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত অত্যাধুনিক চিকিৎসাৰ পদ্ধতিয়ে সমগ্ৰ বিশ্বতে প্ৰসাৰ আৰু জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালভাৱে ৰাজ্য খনৰ বিভিন্ন চিকিৎসালয়তো সেই সেৱা সমূহ...
মাজুলীৰ বিষ্ণুজ্যোতি সংগীত একাডেমিৰ অভিভাৱক সন্মিলন , গীতে -মাতে মুখৰ অভয়পুৰীয়া দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ২৯ জুলাই : উজনী মাজুলীৰ ভকতি দুৱাৰ অঞ্চলত সাংস্কৃতিক পৰিৱেশ গঢ়ি নতুন প্ৰজন্মক সংগীতৰ ক্ষেত্ৰ খনত আগুৱাই নিয়াৰ মানসেৰে স্থাপিত ২০০৫ চনত স্থাপন হোৱা...
পশ্চিম যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,২৮জুলাই:পশ্চিম যোৰহাটৰ পুৰণিমাটি সত্ৰৰ সমীপত সংঘটিত হয় এক পথ দুৰ্ঘটনা। যাত্ৰীবাহী ৰখাই থোৱা AS03AC3836 নম্বৰৰ মেজিক এখনক খুন্দা মাৰে তীব্ৰবেগী যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী AS01HC9675 নম্বৰৰ এখন  ট্ৰাকে। যোৰহাটৰ পৰা একেদিশে আহি...
লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী , ধুবুৰীত শিক্ষাৰ্থীৰ মাজত লাচিত বৰফুকন বিষয়ক ৰচনা প্ৰতিযোগিতা , সাধাৰণ ৰাইজকো মহান বীৰজনৰ জীৱন সন্দৰ্ভত ৰচনা লিখাৰ আহ্বান জিলা প্ৰশাসনৰ দুৰ্নীতিৰ ,দৰ্পণ ছৈয়দুৰ ৰহমান ,ধুবুৰী, ২১ জুলাইঃ মহাপৰাক্ৰমী বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া...
"মাতৃভাষা, মানুহক ভাল পালেহে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰি' , 'প্ৰত্যাহ্বান' গোটৰ বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন সঞ্জীৱ দাস, ভৱানীপুৰ, ১৯ জুলাইঃ বিষ্ণুৰাভা দিৱস উপলক্ষে সামাজিক মাধ্যমৰ গোট 'প্ৰত্যাহ্বান' গোটৰ দ্বাৰা অনুষ্ঠিত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানটি...
আজমল ফাউণ্ডেচনৰ ১৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন দুৰ্নীতিৰ দৰ্পণ সেৱা , হাৰুন ৰশ্বিদ চৌধুৰী, নীলবাগান, ১৯ জুলাইঃ উত্তৰ পূৰ্বৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ ১৮ বছৰ সম্পুৰ্ণ হৈছে৷ ১৮ বছৰ সম্পুৰ্ণ হোৱাৰ বাবে আজি আজমল ফাউণ্ডেচনৰ হোজাইস্থিত মুখ্য কাৰ্যালয়ত উদযাপন...
পূব মাজুলী মহাবিদ্যালয়ত মূখ্যমন্ত্ৰীৰ বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ১৯ জুলাই : মাজুলী জিলাৰ আগশাৰীৰ স্নাতক শিক্ষানুষ্ঠান পূব মাজুলী মহাবিদ্যালয়ত আজি " মূখ্যমন্ত্ৰীৰ শিক্ষানুষ্ঠানত বৃক্ষ ৰোপন" কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । স্থানীয় পুৰোহিত যদু শৰ্মাই মংগল মন্ত্ৰ...
জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ অতিথি শালাত অগ্নিগড় নাটঘৰৰ উদ্যোগত এমহীয়া গ্ৰীষ্মকালীন খোল বাদনৰ কৰ্মশালা , কণ কণ শিশুৰ লগতে যুৱতিও অংশগ্ৰহণ কৰে এই বিশেষ গ্ৰীষ্মকালীন খোল বাদন কৰ্মশালাত দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৯ জুলাইঃ গুৰুজনাৰ...
ধুবুৰীত জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত বিশেষ ডায়াৰিয়া (Diarrhoea) নিয়ন্ত্ৰণ পষেকৰ শুভাৰম্ভণী দুৰ্ণীতিৰ দৰ্পণ,ছফিকুল ইছলাম, ধুবুৰী, ১৫ জুলাইঃ জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত বিশেষ ডায়াৰিয়া (Diarrhoea) নিয়ন্ত্ৰণ পষেক উপলক্ষে ধুবুৰী জিলা স্বাস্থ্য...
- Advertisement -