Start ৰাইজৰ সমস্যাঃ

ৰাইজৰ সমস্যাঃ

মানাহলৈ যোৱা মুখ্য পথৰ দুৰৱস্থা , পথ নিৰ্মাণৰ দাবীত সাউদৰভিঠাত আছুৰ পথ অৱৰোধত কঁপিল ৰাজপথ সঞ্জীৱ দাস, ভৱানীপুৰ, ১২ আগষ্ট : ভৱানীপুৰ বিধানসভা সমষ্টিৰ শালবাৰী অঞ্চলত পথৰ দীৰ্ঘদিনীয়া দুৰৱস্থা তথা চৰকাৰী লোক নিৰ্মাণ বিভাগ, জনপ্ৰতিনিধিসকলে অতি গুৰুত্বপূৰ্ণ পথ নিৰ্মানত গুৰুত্ব...
বিশ্বনাথ চাৰিআলিত বিকল জাৱৰ নিষ্কাষণ প্ৰকল্প দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৮ আগষ্ট ঃ বিশ্বনাথ চাৰিআলিত বিগত ১৫ দিন ধৰি  বিকল হৈ আছে জাৱৰ নিষ্কাষণ প্ৰকল্প। জাৱৰ নিষ্কাষণ প্ৰকল্পটো বিকল হৈ পৰাৰ বাবে প্ৰদুষণৰ সৃষ্টি...
ধুবুৰীত দেশী জনগোষ্টীয় মজদূৰ  সংঘ অসম আৰু দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান , ৬ আগষ্ট :: কেইবাদফীয়া দাবীৰে মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান ধুবুৰী জিলা দেশী জনগোষ্টীয় মঞ্চৰ যুৱ ছাত্ৰ মঞ্চ আৰু মজদুৰ সংঘৰ...
দলিল নাটনিৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ স্মাৰক পত্ৰ প্ৰেৰণ দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৬ আগষ্ট ঃ বিশ্বনাথ চাৰিআলি সদৰত বিগত কেইবামাহো ধৰি বিভিন্ন মূল্যৰ দলিলৰ অস্বাভাৱিক নাটনিৰ ফলত সাধাৰণ ৰাইজে...
জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাৱী মাৰ্ঘেৰিটা মাইচাংপানী গাওবাসীৰ দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা , ৫ আগষ্টঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাৰ মহকুমা অন্তৰ্গত মাইচাংপানী গাঁওবাসীক এটি জৰাজীৰ্ণ পথে বাৰিষা কালত বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে । চৰকাৰে ৰাজ্যৰ বাট-পথ উন্নয়ণৰ কথা যিমানেই...
 তামাৰহাটত পানীৰ‌ তলত শ শ বিঘা শালি ধানৰ খেতি , কৃষকৰ মাজত হাহাকাৰ দুৰ্নীতিৰ দৰ্পণ সেৱা , তামাৰহাট , ৫ জুলাই : ধুবুৰী জিলাৰ আগমনি ৰাজহ চক্ৰৰ অসম বংগ সীমান্তৰ কেইবাখনো গাঁৱৰ শ শ কৃষিভূমি পানীৰ তলত থকাৰ বাবে এতিয়া...
নামনি অসমৰ বানপানীৰ মূল উৎস ভুটানৰ বৃহৎ নদী বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ক্ষেত্ৰত বিশেষ নীতিৰ দাবী অসম জাতীয় পৰিষদৰ দুৰ্নীতিৰ দৰ্পণ সেৱা , উত্তৰ বৰপেটা, ১ আগষ্টঃ নামনি অসমৰ বানপানীৰ মূল উৎস ভুটানৰ বৃহৎ নদী বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ...
স্বাধীনতাৰ ৭৪ বছৰ পিচতো মেৰামতি তথা নিৰ্মাণ নহল বৰভাগৰ ৰনাকুছি গাওঁৰ এটা গুৰুত্বপূৰ্ণ পথ দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১ আগষ্টঃ নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছি গাওঁত স্বাধীনতাৰ ৭৪ বছৰ পিচতো মেৰামতি আৰু নিৰ্মাণ নহল এটা গুৰুত্বপূৰ্ণ পথ। এজাক বৰষুণ দিলে কদৰ্যময়...
বিগত প্ৰায় তিনি দিনৰ পৰা অব্যাহত আছে শিৱসাগৰ পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ১ আগষ্ট : নৰক কুণ্ডত পৰিণত ঐতিহাসিক শিৱসাগৰ চহৰ , বিগত তিনিদিন ধৰি চাফাই কৰ্মীৰ প্ৰতিবাদত উত্তপ্ত শিৱসাগৰ জিলা । শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে...
শান্তিপূৰ্ণ প্ৰতিবাদৰ ধাৰাবাহিকতা নিবনুৱা যুৱকৰ , নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থা আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষানবিছৰ ক’লা বেজ পৰিধানেৰে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসুচী জানমণি দত্ত , নুমলীগড় , ২৮ জুলাই : নুমলীগড় শোধনাগাৰৰ শিক্ষানবিছ হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰা দ্বিতীয় বেটচৰ...
- Advertisement -