Start ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

হৰি নামৰ ধ্বনিত মুখৰিত লিডু কেন্দ্ৰীয় নামঘৰৰ চৌহদ দুৰ্নীৰ্তিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ১৮ আগষ্টঃ আজি পহিলা ভাদ । সমগ্ৰ ৰাজ্যজুৰি হৰিনামৰ ধ্বনিয়ে মুখৰিত হল নামঘৰ-সত্ৰসমূহৰ চৌপাশ।ভাদমহীয়া নাম প্ৰসংগৰ বাবে পুৱাতে ওলাই আহিছে ভক্তসমাজ । বৃহত্তৰ...
ৰামদেৱলৈ সতৰ্কবাণী দিল্লী উচ্চ ন্যায়ালয়ৰ ,কোভিড ভেকচিনক লৈ কৰিছিল বিভ্ৰান্তিকৰ মন্তব্য ষ্টাফ ৰিপ'ৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১৮ আগষ্ট: কোভিড ভেকচিন আৰু এলোপেথী মেডিচিনক লৈ ৰাইজক বিপথে পৰিচালিত কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে সতৰ্ক কৰি দিছে যোগ গুৰু ৰামদেৱক। বুধবাৰে দিল্লী উচ্চ...
লংকাত মুক্তি যুঁজাৰুৰ ঘৰত জিলা উপায়ুক্তৰ বন্তী প্ৰজ্বলন জমিৰ উদ্দিন তালুকদাৰ, ডবকা ১৮ আগষ্টঃ ৭৬তম স্বাধীনতা দিৱসটি বিভিন্ন কাৰ্যসূচীৰে শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত উলহ-মাহলেৰে উদযাপন কৰা হয়। এই দিৱসৰ অন্যতম কাৰ্যসূচীৰ ভিতৰত সন্ধিয়া স্বাধীনতা সংগ্ৰামী মুক্তি যুজাঁৰু প্ৰয়াত লক্ষীকান্ত শৰ্মাৰ...
জাতীয় স্বাৰ্থত বাঙালি যৌথ সমন্বয় সমিতিৰ সৈতে ঐক্যবদ্ধ সংগ্ৰাম চলোৱাত আগ্ৰহী বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ তিনিওটা গোটঃ সুকুমাৰ বিশ্বাস আব্দুল জলিল, বৰপেটা,১৮ অগষ্ট : বাঙালী যৌথ সমন্বয় সমিতিৰ আহ্বানত সমন্বয় সমিতিৰ নিৰ্দিষ্ট বিষয় ববীয়া আৰু বাঙালীৰ জাতীয় সংগঠন সদৌ অসম...
মৰিগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পৰ্যালোচনা সভা ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৮ আগষ্ট : অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী , দক্ষতা বিকাশ , নিযুক্তি , উদ্যমীতা আৰু পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মৰিগাঁও জিলাত উপস্থিত হৈ...
"আজাদী কা অমৃত মহোৎসৱ" উপলক্ষে আজমল IAS একাডেমীৰ প্ৰশংসনীয় পদক্ষেপ হাৰুন ৰশ্বিদ চৌধুৰী , নীলবাগান,১৭ আগষ্ট: হোজাইৰ আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল IAS একাডেমীৰ এক বৃহৎ পদক্ষেপ। দেশ স্বাধীনতা হোৱাৰ ৭৫ বছৰ হোৱাত সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজাদী কা...
মধ্য অসমৰ নগাঁৱত পোনপ্ৰথম বাৰৰবাবে মুকলি হ'ল আচল নকল সোন আৰু হ'লমাৰ্ক পৰীক্ষা কৰাৰ পৰীক্ষাগাৰ নগাঁও , ১৭ আগষ্ট : মধ্য অসমৰ নগাঁৱত পোন প্ৰথমবাৰৰ বাবে বিকানেৰ জেমছ এণ্ড জুৱেলাৰীয়ে মুকলি কৰিলে সোণৰ হ'লমাৰ্ক পৰীক্ষা কৰাৰ পৰীক্ষাগাৰ । নগাঁও চহৰৰ...
ঘগ্ৰাপাৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানঃ ৬২ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা , ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনৰ সামৰণি ষ্টাফ ৰিপৰ্টাৰ, নলবাৰী, ফইজুল হক চৌধুৰী,১৬ আগষ্ট: সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰস্থিত বনভাগ মহাবিদ্যালয়...
এএমচিএইচত আত্মহত্যা ৰোধৰ সম্পৰ্কত আলোচনা চক্ৰ , অধিক বাতৰি প্ৰচাৰে আত্মহত্যাৰ প্ৰতি আসক্ত কৰে’-বিজয়া কুমাৰ দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ১৬ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি চিকিৎসানুষ্ঠান অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল চমুকৈ এএমচিএইচৰ মহাৰজত জয়ন্তীৰ সতে সংগতি ৰাখি...
শিৱসাগৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন , ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে মন্ত্ৰী বিমল বৰাই দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ১৫ আগষ্ট : আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাবে ৭৬ সংখ্যক  স্বাধীনতা দিৱস উদযাপন কৰা হয় । অনুষ্ঠানত বিভিন্ন অংশগ্ৰহণকৰী সকলৰ...
- Advertisement -