ভাৰত মাতাৰ জয় বন্দনাৰে মোৰাঝাৰত প্ৰগতিশীল যুৱ মঞ্চৰ বিশাল ত্ৰিৰংগা ৰেলি , তিনিদিনীয়া কাৰ্যসূচীৰে আজাদীৰ অমৃত মহোৎসৱ আয়োজন জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১১ আগষ্টঃ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি মোৰাঝাৰত বিশাল ত্ৰিৰংগা ৰেলীৰ আয়োজন কৰা হয়৷ মোৰাঝাৰৰ সমাজসেৱী সংস্থা...
পশু স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান শিবিৰ সম্পন্ন দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ১১ আগষ্ট : আজাদী কী অমৃত মহোৎসৱ উপলক্ষে আজি অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাটৰ অধীনষ্ঠ ৰহদৈস্থিত  শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু জিলা পশু পালন তথা পশু...
ভকত পমুৱা প্ৰাথমিক বিদ্যালয়ৰ সজাগতা ৰেলি পশ্চিম যোৰহাট,১১আগষ্ট:"আজাদী কা অমৃত মহোৎসৱ"ৰ এই স্বৰ্ণিল সন্ধিক্ষণত ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫তম বৰ্ষটি সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপনৰ প্ৰস্তুতি চলাইছে। দেশৰ স্বাভিমানৰ অনন্য প্ৰতীক জাতীয় পতাকাখনৰ প্ৰতি থকা দায়বদ্ধতাক অধিক তীব্ৰতৰ কৰাৰ লগতে যুৱ...
স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যক্ৰমৰ শুভাৰম্ভ পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৯ আগষ্ট : আজি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ দ্বাৰা অসম প্ৰকাশন ভাৰতীত  এখনি সংবাদ মেলৰ আয়োজন কৰা হয় । আজিৰ সংবাদ মেলত বিদ্যা ভাৰতীৰ অখিল...
অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ অনুষ্ঠিত দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ৯ আগষ্ট: আজি অসম চৰকাৰৰ সহযোগত আৰু অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত শিৱসাগৰৰ যুৱদলত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি...
ডা: চৈয়দ আহমদ জাদিদৰ সোঁৱৰণত বৰপেটাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দুৰ্নীতিৰ দৰ্পন সেৱা , উত্তৰ বৰপেটা, ৮ আগষ্টঃ বৰপেটাৰ সমাজ জীৱনৰ অগ্ৰণী সমাজকৰ্মী, সাহিত্যসেৱী তথা বিশিষ্ট চিকিৎসক ডা° ছৈয়দ আহমদ জাদিদৰ সোঁৱৰণত দেওবাৰে বৰপেটাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বৰপেটাৰ অন্যতম...
শিৱসাগৰত ভাৰতীয় জনতা মজদুৰ সংঘৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন দুৰ্নীতিৰ দৰ্পণ সেৱা,বিশেষ সেৱা,শিৱসাগৰ, ৮ আগষ্টঃ ভাৰতীয় জনতা মজদুৰ সংঘৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে শিৱসাগৰ জিলা সদৰৰ পৰ্যটক নিবাস ভৱনত অনুষ্ঠিত হৈ যায় ৷ ভাৰতীয় জনতা মজদুৰ সংঘৰ অসম প্ৰদেশৰ...
ধুবুৰীৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ পৰিয়ালক সম্বৰ্ধনা ৰেলৱে সুৰক্ষা বল'ৰ দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান, ধুবৰী ৮ আগষ্ট : ১৯০৮ চনত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী চক্ৰৱৰ্তীৰ মৃত্যু হয় ১৯৯৫ চনত । কলিকতাত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী গৰাকী ১০২১-২২ চনত জাতিৰ...
স্বাধীনতা দিৱসৰ পুৰ্বে ধুবুৰীত আৰক্ষীৰ ফ্লেগমাৰ্চ দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান, ধুবৰী ৮ আগষ্ট : ধুবুৰী আৰক্ষী অধিক্ষকৰ নেতৃত্বত জোৱান সকলৰ সৈতে ধুবুৰী চহৰৰ শোভাযাত্ৰা কৰে ৷ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আজি ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ৰ পৰা আৰম্ভ কৰি ধুবুৰী...
ঘোচ লৈ থকা অৱস্থাত হাতেলোটে ধৰা পৰিল মাটিয়া আৰক্ষী থানাৰ উপ পৰিদৰ্শক ছবিন পাল দাস দুৰ্নীতিৰ দৰ্পণ সেৱা , গোৱালপাৰাৰ পৰা জাকিৰ হুছেইনৰ প্ৰতিবেদন , ৭ আগষ্ট : গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাত দুৰ্নীতি আৰু অপৰাধ নিবাৰক শাখাৰ অভিযানত হাতেলোটে...
- Advertisement -