শিৱসাগৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন , ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে মন্ত্ৰী বিমল বৰাই দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ১৫ আগষ্ট : আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাবে ৭৬ সংখ্যক  স্বাধীনতা দিৱস উদযাপন কৰা হয় । অনুষ্ঠানত বিভিন্ন অংশগ্ৰহণকৰী সকলৰ...
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন বিকাশ শইকীয়া, চিলাপথাৰ , ১৫ আগষ্ট ঃ ধেমাজি জিলাৰ চিলাপথাৰৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি উলহ মালহেৰে উদযাপন কৰে দেশৰ ৭৬ তম স্বাধীনতা দিৱস । পুৱা ৮ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ...
নাজিৰাত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন দুৰ্নীতিৰ দৰ্পণ সেৱা, নাজিৰা , নয়নমণি ফুকন :  দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসটি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে সফলতাৰে উদযাপন কৰা হয় । স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসনে তিনিদিনীয়াকৈ...
বিশ্বনাথৰ মহজুলিত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৫ আগষ্টঃ বিশ্বনাথৰ মহজুলি প্ৰাথমিক বিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস অতি উলহমালহেৰে উদযাপন কৰা হয় ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , অভিভাৱক তথা স্থানীয় ৰাইজৰ...
গোৱালপাৰাত জিলা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস কেন্দ্ৰীয় ভাৱে পালন গোৱালপাৰাৰ পৰা জাকিৰ হুছেইনৰ প্ৰতিবেদন , ১৫ আগষ্ট : দেশজুৰি উলহ মালহেৰে উদযাপিত হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস । একেদৰে গোৱালপাৰা চহৰৰ পলিটেকনিক খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হয় স্বাধীনতা দিৱস ।...
বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলাত উদযাপন কৰা হল দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস , স্বাধীনতা দিৱসৰ  ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে...
বাহাৰঘাট আৰু পশ্চিম বড়িগোগ অঞ্চলত ৭৫ তম স্বাধীনতা দিৱস পালন , বিশাল ৰেলীৰে ধুহি উন্নয়ন মঞ্চৰ স্বাধীনতা দিৱস উদযাপন দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১৫ আগষ্টঃ আজি ৭৫ তম স্বাধীনতা দিৱসৰ দিনটোত বাহাৰঘাট অঞ্চলৰ লগতে পশ্চিম বড়িগোগ অঞ্চলৰ বিভিন্ন অনুষ্ঠান...
শিৱসাগৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপিত দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশেষ সেৱা , শিৱসাগৰ , ১৫ আগষ্টঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাতো আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয় । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক...
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ লগত সংগতি মৰিগাঁৱৰ দীঘলবৰীত আদৰ্শ অঙ্গনবাদী কেন্দ্ৰৰ শুভ উদ্বোধন , শিশু সকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৪ আগষ্ট : শিশুৰ শাৰীৰিক...
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত “বিভাজন বিভীষিকা স্মৃতি দিৱস” অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৪ আগষ্টঃ সমগ্ৰ দেশৰ লগতে আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগতো “বিভাজন বিভীষিকা স্মৃতি দিৱস” পালন কৰা হয়। এই উপলক্ষে আমিনগাওঁস্থিত সংহত...
- Advertisement -