হৰি নামৰ ধ্বনিত মুখৰিত লিডু কেন্দ্ৰীয় নামঘৰৰ চৌহদ দুৰ্নীৰ্তিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ১৮ আগষ্টঃ আজি পহিলা ভাদ । সমগ্ৰ ৰাজ্যজুৰি হৰিনামৰ ধ্বনিয়ে মুখৰিত হল নামঘৰ-সত্ৰসমূহৰ চৌপাশ।ভাদমহীয়া নাম প্ৰসংগৰ বাবে পুৱাতে ওলাই আহিছে ভক্তসমাজ । বৃহত্তৰ...
"আজাদী কা অমৃত মহোৎসৱ" উপলক্ষে আজমল IAS একাডেমীৰ প্ৰশংসনীয় পদক্ষেপ হাৰুন ৰশ্বিদ চৌধুৰী , নীলবাগান,১৭ আগষ্ট: হোজাইৰ আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল IAS একাডেমীৰ এক বৃহৎ পদক্ষেপ। দেশ স্বাধীনতা হোৱাৰ ৭৫ বছৰ হোৱাত সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজাদী কা...
মধ্য অসমৰ নগাঁৱত পোনপ্ৰথম বাৰৰবাবে মুকলি হ'ল আচল নকল সোন আৰু হ'লমাৰ্ক পৰীক্ষা কৰাৰ পৰীক্ষাগাৰ নগাঁও , ১৭ আগষ্ট : মধ্য অসমৰ নগাঁৱত পোন প্ৰথমবাৰৰ বাবে বিকানেৰ জেমছ এণ্ড জুৱেলাৰীয়ে মুকলি কৰিলে সোণৰ হ'লমাৰ্ক পৰীক্ষা কৰাৰ পৰীক্ষাগাৰ । নগাঁও চহৰৰ...
শিৱসাগৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন , ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে মন্ত্ৰী বিমল বৰাই দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ১৫ আগষ্ট : আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাবে ৭৬ সংখ্যক  স্বাধীনতা দিৱস উদযাপন কৰা হয় । অনুষ্ঠানত বিভিন্ন অংশগ্ৰহণকৰী সকলৰ...
নৱজ্যোতি ডেকাক  সমাজ সেৱক হিচাপে মুখ্যমন্ত্রীৰ বক্তৃতা সংকলন প্ৰেৰণ দৰং জিলাৰ অন্তৰ্গত খাটনীয়াপাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন ওৱাৰ্ড সদস্য নৱজ্যোতি ডেকাই বিভিন্ন সময়ত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াই আহিছে।দৰিদ্ৰ পৰিয়ালৰ প্ৰতি মহানুভবতা দেখুওৱা নৱজ্যোতি ডেকাই প্ৰায় সকলো সময়তে মানৱতাৰ এক সুন্দৰ...
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন বিকাশ শইকীয়া, চিলাপথাৰ , ১৫ আগষ্ট ঃ ধেমাজি জিলাৰ চিলাপথাৰৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি উলহ মালহেৰে উদযাপন কৰে দেশৰ ৭৬ তম স্বাধীনতা দিৱস । পুৱা ৮ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ...
ধুবুৰী জিলাৰ আদাবাৰী প্ৰথম খণ্ডৰ অন্তৰ্গত দাৰুল উলুম ৰহিমিয়া হাফিজিয়া মাদ্ৰাছাত আজি স্বাধীনতা দিৱস পালন কৰা হয় ।
নাজিৰাত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন দুৰ্নীতিৰ দৰ্পণ সেৱা, নাজিৰা , নয়নমণি ফুকন :  দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসটি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে সফলতাৰে উদযাপন কৰা হয় । স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসনে তিনিদিনীয়াকৈ...
বিশ্বনাথৰ মহজুলিত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৫ আগষ্টঃ বিশ্বনাথৰ মহজুলি প্ৰাথমিক বিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস অতি উলহমালহেৰে উদযাপন কৰা হয় ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , অভিভাৱক তথা স্থানীয় ৰাইজৰ...
গোৱালপাৰাত জিলা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস কেন্দ্ৰীয় ভাৱে পালন গোৱালপাৰাৰ পৰা জাকিৰ হুছেইনৰ প্ৰতিবেদন , ১৫ আগষ্ট : দেশজুৰি উলহ মালহেৰে উদযাপিত হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস । একেদৰে গোৱালপাৰা চহৰৰ পলিটেকনিক খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হয় স্বাধীনতা দিৱস ।...
- Advertisement -