দুদিনীয়া কাৰ্যসূচীৰে গোসাঁইগাঁৱত প্ৰমোদ বড়োঃ বিসুমথিয়াৰীয়ে সাংসদ পদত নথকা বাবেই আন্দোলন কৰিছেঃ প্ৰমোদ বড়ো দুৰ্নীতিৰ দৰ্পণ সেৱা, গোসাঁইগাঁও, ১১ আগষ্টঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ সজল কুমাৰ সিংহৰ নেতৃত্বত ১নং ভোমৰাবিল গাঁৱত এক মতবিনিময় সভা অনুষ্ঠিত...
যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী পংকজ কুমাৰ দাস,পশ্চিম  যোৰহাট,১১আগষ্ট:ভাৰতবৰ্ষৰ ৭৫ বছৰ বৰ্ষপুৰ্তি উপলক্ষে স্বাধীনতাৰ "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি আজি যেৰহাট জিলা প্ৰশাসনে গান্ধী পাৰ্কত  আয়োজন কৰা "জন ভাগীদাৰী অনুষ্ঠান" ত বিশিষ্ট অতিথি হিচাপে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ...
দৰঙৰ পাথৰিঘাটত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ সফল সামৰণি দুৰ্নীতিৰ দৰ্পণ সেৱা,চৈয়দ মেহবুব দেৱান ,পশ্চিম দৰং,০৯ আগষ্ট: আজি দিনৰ ১০ বজাত দৰঙৰ পাথৰিঘাটত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ এখনি অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ দৰঙৰ ...
স্ব-নিৰ্ভশীল নাৰী , আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সংকল্প বিধায়ক পদ্ম হাজৰিকাৰ , জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত বিজেপিৰ সভাত কংগ্ৰেছী নেতাৰ  যোগদান , যোগদানকাৰীক বিধায়ক পদ্ম হাজৰিকাৰ আদৰণি দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৯ আগষ্টঃ চতিয়া সমষ্টিৰ অন্তৰ্গত...
দেৰগাঁৱত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংগঠনিক সভা সম্পন্ন দেৰগাঁও, ৭ আগষ্টঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোলাঘাট জিলা কমিটিৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকডোঙা ব্লক কংগ্ৰেছ, দেৰগাঁও টাউন ব্লক কংগ্ৰেছ, দেৰগাঁও টাউন ব্লক মহিলা কংগ্ৰেছ আৰু কাকডোঙা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত দেৰগাঁও...
কলিতা জনগোষ্ঠীক তীৰ্যক মন্তব্য কৰাকলৈ এজাহাৰ দাখিল , নলবাৰী সদৰ আৰক্ষী চকীত তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে এজাহাৰ ষ্টাফ ৰিপৰ্টাৰ, নলবাৰী, ফইজুল হক চৌধুৰী,৬ আগষ্ট: ঘটনা অনুসৰি সংবাদ মেল যোগে টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোঁৱৰে বিজেপি নেত্ৰী...
ঘগ্ৰাপাৰত একেদিনাই দুখনকৈ বিজেপিৰ সভা , আজাদী কা অমৃত মহোৎসৱ''সংগতি ৰাখি ''হৰ ঘৰ ত্ৰিৰংগা' প্ৰস্তুতি সন্দৰ্ভত সভা ষ্টাফ ৰিপৰ্টাৰ , নলবাৰী , ফইজুল হক চৌধুৰী , ৩ আগষ্ট : নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ...
ভবেশ কলিতা বিৰোধী মুক্ত সমষ্টিলৈ পৰিণত হোৱাৰ দিশে ৰঙিয়া , পুনৰ যোগদান ১৮০ গৰাকী যুৱ নেতা কৰ্মীৰ ষ্টাফ ৰিপ'ৰ্টাৰ , ৰঙিয়া , ১ আগষ্টঃ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি , ৰঙিয়া ব্লক মণ্ডল আৰু...
৫ শতাধিক কংগ্ৰেছ, এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে যোগদান কৰিলে অগপ দলত , বৰপেটা সংসদীয় সমষ্টিটো অপপক লাগিবইঃ ফণীভূষণ চৌধুৰী আব্দুল জলিল, বৰপেটা , ৩১ জুলাইঃ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভাই সমিতিয়ে তেওঁৰ ভাষণত...
চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ কোঠাত ১২শতাংশ জিএচটি লগোৱা বিজেপি চৰকাৰে দেশৰ উন্নয়ন কৰিব নোৱাৰে-যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্ত , মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি হৰ্ষ প্ৰকাশ বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৮ জুলাই : অত্যাৱশ্যকীয়...
- Advertisement -